Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

U.Sত PrEPৰ সুবিধা কেনেকৈ লাভ কৰিব পাৰি?

U.S ত অলপতে অনুমতি প্ৰদান কৰা একমাত্ৰ PrEP হৈছে 'Truvada' আৰু এই ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানটো হৈছে Gilead। Gileadsৰ Advancing Access অনুষ্ঠানটোৱে মুনুহক বিভিন্ন প্ৰকাৰে সমৰ্থন বা সহায় কৰে যেন: বিভিন্ন বীমা প্ৰতিষ্ঠান সমূহৰ বিষয়ে অৱগত কৰোৱা, বিভিন্ন বিষয়ত তথ্য আদি প্ৰদান কৰা বা PrEP গ্ৰহণ কৰাৰ ক্ষেত্ৰত হোৱা অন্যান্য আৰ্থিক অসুবিধা সমূহ দূৰ কৰা ইত্যাদি।

আপুনি পুৱা ৯ বজাৰ পৰা সন্ধ্যা ৮ বজালৈকে তেওঁলোকৰ সৈতে ১-৮০০-২২৬-২০৫৬নম্বৰত ফোন যোগে কথা পাতিব পাৰে। EST আৰু অন্যান্য তথ্যৰ বাবে ইয়াত ক্লিক কৰক

Recently viewed articles

Related articles