Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

মুখৰ দ্বাৰা উপভোগ কৰা যৌন কাৰ্যৰ ফলত মোলৈ এইচ আই ভি বিয়পিব পাৰে নেকি?

গুহ্যদ্বাৰ বা যোনিদ্বাৰৰ দ্বাৰা হোৱা যৌন অভিসাৰতকৈ মুখৰ দ্বাৰা উপভোগ কৰা যৌন কাৰ্যত এইচ আই ভি সংক্ৰমণৰ শংকা তেনেই কম। এই প্ৰক্ৰিয়াত ঘঁহনি খাই বা কামোৰ খাই চাল চিঙিলে ভাইৰাছ বিয়পাৰ আশংকা থাকে। এই প্ৰক্ৰিয়াৰে হোৱা যৌন কাৰ্যৰ ফলত এইচ আই ভি সংক্ৰমণৰ দুই-এক উদাহৰণ পোৱা যায় য'দিওঁ এয়া একেবাৰেই বিৰল।

অধিক জানিবলৈ সংলগ্ন উৎসত সন্ধান কৰক।

Recently viewed articles

Related articles