Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

মই ক'ৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ম?

আপোনাৰ এলেকাত এইচআইভি পৰীক্ষা ক'ত কৰা হয় সেই সম্পৰ্কে জানিব বিচাৰে? মানসিক স্বাস্থ্য সেৱা ক'ত উপলব্ধ তথা আইনি সাহায্য কেনেকৈ পাব সেই সম্পৰ্কে জানিব খোজে?Grinder for Equality য়ে Varta Trust আৰু SAATHI নামৰ সংগঠনৰ সহযোগত LGBTৰ লোক সকলক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে। এই সংগঠনে আপোনাক সমগ্ৰ ভাৰতবৰ্ষৰ কোন কোন পৰীক্ষণ প্ৰতিষ্ঠানত আপুনি এই সুবিধা সমূহ পাব পাৰিব সেই বিষয়ে বাট দেখুৱাব।

 

Recently viewed articles

Related articles