Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

কি কি কাৰকে মোলৈ এইচ আই ভি ৰোগৰ বিপদ কঢ়িয়াই আনিব পাৰে?

চুম্বন, পাৰস্পৰিক হস্তমৈথুন আৰু 'ফ্র'টেজ' আদিয়ে এইচ আই ভি ৰোগ বিয়পাব নোৱাৰে। মুখৰ দ্বাৰা উপভোগ কৰা যৌন কাৰ্য, 'ৰিমিং', কণ্ডমৰ ব্যৱহাৰৰ দ্বাৰা 'টপ' বা 'বটম'হৈ যৌন অভিসাৰত লিপ্ত হ'লে, এনেবোৰ প্ৰক্ৰিয়াই কিছুপৰিমাণে এইচ আই ভি ৰোগৰ শংকা বহন কৰে। অৱশ্যে এনেবোৰ প্ৰক্ৰিয়াত কণ্ডমৰ ব্যৱহাৰ নহ'লে এইচ আই ভি ৰোগ বিয়পাৰ আশংকা অধিক হোৱা দেখা যায়।

অন্যান্য যৌনৰোগ যেনে উপদংশ বা 'চিফিলিছ', প্ৰমেহ বা 'গনৰিয়া', 'ক্লেমাইডিয়া', 'হেঁপাটাইটিছ' আদি ৰোগ বিয়পাৰ ক্ষেত্ৰত এনেবোৰ কাৰক গ্ৰহণ যোগ্য নহয়।

Recently viewed articles

Related articles