Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

HIV/STDৰ পৰীক্ষণ সমূহ মই কেনেধৰণৰে নিয়মীয়া কৰিব পাৰোঁ!?

CDC য়ে সমকামী বা বিষয়কামী ব্যক্তি এজনক, যি বহু ব্যক্তিৰ সৈতে যৌন অভিসাৰত লিপ্ত হৈছে, তেনে ব্যক্তি এজনক তিনিৰ পৰা ছয় মাহৰ অন্তৰে অন্তৰে STD আৰু HIV পৰীক্ষণৰ পৰামৰ্শ আগবঢ়ায়। তেনে এজন ব্যক্তিয়ে তেওঁ সম্পন্ন কৰা যৌন অভিসাৰৰ সংখ্যা আৰু মৈথুনৰ প্ৰকাৰ অনুসৰি প্ৰতি তিনি মাহৰ বিৰতীত একোবাৰকৈ পৰীক্ষণ কাৰ্য সমাপন কৰা উচিত।

সম্ভাব্য সর্বাধিক সম্পূর্ণ পৰীক্ষা এটি সম্পন্ন কৰিবৰ হেতু আপুনি, যৌন সম্ভোগত শৰীৰৰ যি সমূহ অংগৰ প্ৰত্যক্ষ ব্যৱহাৰ কৰে সেই প্ৰতিটো অংগৰে পৰীক্ষণ কাৰ্য সমাপন কৰাটো ফলপ্ৰসূ। মুখৰ দ্বাৰা উপভোগ কৰা মৈথুন কাৰ্যৰ ক্ষেত্ৰত মুখৰ আৰু গুহ্যদ্বাৰ বা পায়ু মৈথুনৰ ক্ষেত্ৰত আপুনি গুহ্যদ্বাৰৰ পৰীক্ষা কৰোৱা উচিত। আপোনাৰ জিনবৃত্তি সাধাৰণতে আপোনাৰ প্রস্রাবৰ মাধ্যমেৰে পৰীক্ষা কৰা হয়।

অধিক তথ্যৰ বাবে Greater Than AIDS এক মিনিটৰ ভিডিঅ'টো চাব পাৰে।

 

Recently viewed articles

Related articles