Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

এইচ আই ভি'ৰ ঔষধ বা PrEPয়ে ট্ৰান্স হ'ৰমনৰ ক্ষেত্ৰত বিৰোধ কৰে নেকি?

লৈঙ্গিক পৰিচয় সম্পৰ্কীয় স্বাস্থ্যৰ অংশ হিচাপে সকলো 'ট্ৰান্স' ব্যক্তিয়ে হ'ৰমনৰ ব্যৱহাৰ নকৰে য'দিও বহুতেই ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে হ'ৰমন প্ৰতিস্থাপন চিকিৎসা আৰু PrEPপদ্ধতিৰ মাজত এতিয়ালৈ তেনে কোনো বিক্ৰিয়াৰ কথা জনা নাযায়।

অধিক তথ্যৰ বাবে Greater Than AIDS ৰ ভিডিঅ'টো চাব পাৰে

Recently viewed articles

Related articles