Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

এইচ আই ভি'(HIV) কি?

এইচ আই ভি(HIV)ৰ সম্পূৰ্ণ ৰূপটো হ'ল- হিউমেন ইমিউন্' ডিফিশ্বেনছি ভাইৰাছ(Human immune deficiency virus) | HIV য়ে আপোনাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক দুৰ্বল কৰি পেলাই আৰু স্বাস্থ্যক জটিল কৰি তোলে। যেতিয়া তেজত HIVৰ পৰিমাণ বৃদ্ধি হয়, তেতিয়া ই একোৱায়াৰ্ড ইমিউন্' ডিফিশ্বেন্স ছিন্-ড্ৰ'ম(Acquired Immune Deficiency Syndrome, AIDS)লৈ পৰিণত হয়।

সৌভাগ্যবশতঃ, আপোনাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰি ৰাখিবলৈ বৰ্তমান কাৰ্যকৰী চিকিৎসা পদ্ধতি উপলব্ধ। ঔষধ আৰম্ভ কৰাৰ আগৰে পৰা বা ঔষধ গ্ৰহণ কৰিথকা অৱস্থাত এইচ আই ভি ৰোগক, বৰ্তমান প্ৰশমিতকৰণৰ উপায় আছে। এতিয়ালৈকে এইচ আই ভি সম্পৰ্কত বহু অগ্ৰগতি লাভ কৰা হৈছে আৰু অধিক ফলদায়ক চিকিৎসা পদ্ধতিৰ বাবে কাম কৰি থকা হৈছে।ঔষধৰ নিয়মীয়া ব্যৱহাৰৰে এইচ আই ভি পজিটিভ ব্যক্তি এজনো বৰ্তমান সময়ত এইচ আই ভি নিগেটিভ ব্যক্তিৰ দ্বৰেই দীৰ্ঘ দিনলৈ জীয়াই থাকিব পাৰে।

অধিক তথ্যৰ বাবে Greater than AIDSৰ ভিডিঅ'টো চাব পাৰে।

Recently viewed articles

Related articles